Kamdev Das's Blog
Monday, December 9, 2013
আহ্বান,an assamese poem by Kamdev Das
আহ্বান
হে, মোৰ প্ৰানৰ বিশ্ব মানৱ,
সকলোৱে হোৱা সাৱধান,
সকলোৱে বিবেকক দিয়া
প্ৰ্থম স্থান ।
সকলোৱে হোৱা অহিংসা পৰায়ণ
সকলোৱে গোৱা, মানৱ প্ৰেমৰ জয়গান ।
শান্তিৰ পয়োভৰত, বিশ্ব হওঁক তীৰ্থস্থান ।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment