Monday, December 9, 2013

আলোক,an assamese poem by Kamdev Das


 আলোক


শেৱালীৰ সুবাসত,
নিয়ৰ টোপালত
তমসা হয়
আলোক ৰঞ্জন !
আলোকিত হয়
ফুলৰ পাপৰি,
কল্পনাৰ চাকনৈয়াত 
শানিৰ কপৌ উৰে
আলোক ৰশ্মি হৈ,
জোনাকী নাচে 
পাখি মলি উৰি  যায়
জ্ঞানৰ চাকি জ্বলাই 
দিগন্ত উজ্ব্লায় ।

No comments:

Post a Comment